অর্থ : খেলিবলৈ ব্যৱহাৰ কৰা ৰঙীন চিহ্ন আৰু ছবি থকা চাৰিচুকীয়া এবিধ ডাঠ কাগজ বিশেষ
উদাহরণ :
তেওঁ খঙতে তাচপাতখিনি ফালি দিলে এই আলমাৰিটোত কেইবাযোৰাও তাচ আছে
সমার্থক : তাচপাত, প্লে কার্ড
অর্থ : তাচৰ পাতেৰে খেলিব পৰা খেল
উদাহরণ :
কিছুমান লোকে বাগিছাত তাচ খেলি আছে