অর্থ : কাৰোবাৰ পৰা নিজৰ প্রাপ্য ধন আদায় কৰিবলৈ বা আৱশ্যকীয় কাম কৰিবলে স্মৰণ কৰোৱা কার্য
উদাহরণ :
কেইবাবাৰো তাগিদা দিয়াৰ পিছতো তেওঁ ্মোৰ পইচাখিনি নিদিলে
সমার্থক : খটিয়নি
অর্থ : এনেকুৱা অনুৰোধ বা আদেশ যাক পালনৰ কাৰণে বাৰম্বাৰ কৈ থকা হৈছে
উদাহরণ :
মালিকে চাকৰক তাগিদা দিলে যে বলদহালক কেৱল ভুচিহে খুৱাব লাগে
সমার্থক : তাগাদা