অর্থ : নিৰাপদৰ কাৰণে বাকচ, আলমাৰি, ঘৰ-দুৱাৰ আদিৰ খাৰুৱাত লগোৱা এবিধ ধাতুৰ সৰঞ্জাম
উদাহরণ :
চাবিপাত হেৰুৱা কাৰণে মই বাকচটোৰ তলা ভাগিব লগীয়া হʼল
সমার্থক : তলা-চাবি
অর্থ : কিছুমান আভূষণৰ মূৰত জোৰা লগোৱাৰ কাৰণে বা বন্ধ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা পেচযুক্ত বস্তু বিশেষ
উদাহরণ :
কাণফুলিৰ পেচটো কʼৰবাত সৰি পৰিল
সমার্থক : পেচ