অর্থ : জগতৰ মূল কাৰণ
উদাহরণ :
সাংখ্য দর্শন অনুসৰি তত্ত্বৰ সংখ্যা পঞ্চাশটা বুলি কোৱা হৈছে
অর্থ : কোনো পদার্থ আদিৰ বাস্তৱিক বা প্রধান অংশ
উদাহরণ :
এই অধ্যায়টোৰ সাৰ এইটোৱেই যে আমি সদায় সঁ্চা কথা কোৱা উচিত
সমার্থক : শ্রেষ্ঠাংশ, সাৰ, সাৰ তত্ত্ব, সাৰ বস্তু