অর্থ : কাটাৰত প্রচলিত মুদ্রা
উদাহরণ :
এশ কাটাৰ দিৰাম এক কাটাৰ ৰিয়েলৰ সমান
সমার্থক : কাটাৰ দিৰাম, দিৰাম
অর্থ : ইউনাইটেড আৰব এমিৰেটত চলা মুদ্রা
উদাহরণ :
এক ইউনাইটেড আৰব এমিৰেট ডিৰাম ভাৰতীয় বাৰ টকাৰ সমান
সমার্থক : ইউনাইটেড আৰব এমিৰেট ডিৰাম