সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো ব্যাখ্যা আদিৰ সংক্ষিপ্ত আলেখ্য
উদাহরণ : তুমি মোক সেইদিনাৰ পাঠদানৰ নোটখিনি দিব পাৰিবানে ?
সমার্থক : নোট
অর্থ : মনত ৰাখিবৰ বাবে লিখি বা ওলমায় ৰখা বস্তু
উদাহরণ : নোটটো ফ্রিজৰ ওপৰত লগায় দিবা
অর্থ : কোনো লেখনি, চিত্র আদি যেনেদৰে আছিল তেনে ধৰণেৰেই প্রস্তুত কৰা
উদাহরণ : শিক্ষার্থীয়ে কৃষ্ণফলকত লিখা প্রশ্নখিনি নিজৰ বহীত টুকিলে
সমার্থক : কপি কৰা, নকল কৰা, লিখা
ইনস্টল