সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : গোপন কথা ফাদিল কৰা ব্যক্তি বা কথা লগাই ফুৰা ব্যক্তি
উদাহরণ : টুটকীয়ালোকৰ কাৰণে কেতিয়াবা কেতিয়াবা পাৰস্পৰিক সম্বন্ধৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হয়
সমার্থক : কথা লগনীয়া, টুটকীয়া মানুহ, লগনিয়াৰ
অর্থ : কথা লগাই ফুৰোঁতা
উদাহরণ : টুটকীয়া ব্যক্তিয়ে সদায় টুটকীয়ালি কৰি ফুৰে
সমার্থক : লগনীয়া
ইনস্টল