অর্থ : শৰীৰৰ কোনো শিৰা, পেশী আদি জঠৰ হোৱা
উদাহরণ :
মোৰ ডিঙিটো টানি ধৰিছে
সমার্থক : পাক খোৱা, মোচোকা খোৱা, লাগি ধৰা
অর্থ : অনুচিতভাৱে লোৱা
উদাহরণ :
মন্দিৰ সজাৰ নামত তেওঁ এহেজাৰ টকা জোৰ কৰি লʼলে
সমার্থক : জোৰ কৰা, জোৰ-জবৰদস্তি লোৱা