অর্থ : টাইৱান দেশৰ অধিবাসী
উদাহরণ :
কালি মই এজন টাইৱানীক লগ পাইছিলোঁ
সমার্থক : টাইৱান বাসী, টাইৱান-বাসী
অর্থ : টাইৱানৰ সৈতে সম্বন্ধ থকা বা টাইৱানৰ
উদাহরণ :
আমি টাইপেইৰ সংগ্রহালয়ত টাইৱানী কলাৰ অদ্ভূত চানেকি দেখিলোঁ