অর্থ : তলৰ ফাললৈ টনা বা বগৰাই পেলোৱা কার্য
উদাহরণ :
কিছুমান মানুহে টনা-আঁজোৰা কৰিয়েই সুখ পায়
অর্থ : কোনোৰ বস্তুৰ অপকাৰ সাধন হোৱাকৈ নিজৰ স্থানৰ পৰা আঁতৰোৱা বা কোনো ভঙা-গঢ়াৰ কার্য ্কৰা
উদাহরণ :
ইয়াত ৰখা বস্তুবোৰৰ লগত টনা-আঁজোৰা নকৰিবা
সমার্থক : কঢ়া-আঁজোৰা