পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে টকলা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

টকলা   বিশেষ্য

অর্থ : যিজনৰ মূৰ চুলি সৰি গৈছে

উদাহরণ : চার্কাচত এটা টকলাই সকলোকে আনন্দ দি আছিল

সমার্থক : তপা

টকলা   বিশেষণ

অর্থ : যাৰ মূৰত চুলি নাই

উদাহরণ : তেওঁ ্তপা ব্যক্তিজনৰ মূৰত বাৰে-বাৰে মৰিয়াই আছে

সমার্থক : টকলামূৰা, তপা, তপামূড়া, তপামূৰা, তাপলীয়া, ধোৱা-মূলা, লঠৰু

অর্থ : যাৰ মূৰৰ চুলি সৰি গৈছে

উদাহরণ : কিছুমান তপা ব্যক্তিয়ে উইগ পৰিধান কৰে

সমার্থক : তপা