সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : লক্ষণগত বা স্বভাৱগত ধ্বনি
উদাহরণ : মোৰ হৃদয় ভগৱত-প্রেমৰ ঝংকাৰত শুদ্ধ হৈ পৰিছে
অর্থ : ঝন-ঝন শ্্ব্দ
উদাহরণ : ঘৰত নবোৱাৰীৰ পায়লৰ ঝংকাৰ মুখৰিত হৈ আছে
অর্থ : প্রতিধ্বনি উৎপন্ন হোৱা বা কৰা কার্য
উদাহরণ : ঘন্টাৰ ঝংকাৰ গোটেই মন্দিৰটোত গুঞ্জৰিত হʼল
সমার্থক : ঝনঝননি
ইনস্টল