সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো সৰু বস্তু, ধন বা অন্যান্য সামগ্রী আদি কঢ়িয়াই লৈ ফুৰিব পৰা পাত্র বিশেষ
উদাহরণ : মোৰ ধনৰ মোনাটো চুৰি হʼল
সমার্থক : বেগ, মোনা
অর্থ : বস্তু আদি ভৰাবলৈ বা সাঁচি ৰাখিবৰ কাৰণে কাপোৰ আদিৰ পৰা তৈয়াৰ কৰা এক প্রকাৰৰ পাত্র বিশেষ
উদাহরণ : মোনাটো ফাটি যোৱাৰ কাৰণে কিছুমান বস্তু ৰাষ্টাতে পৰি আহিল
সমার্থক : মোনা
অর্থ : যʼত কোনো বস্তু ৰখা যায়
উদাহরণ : কেংগাৰুৰ গাত প্রাকৃতিকভাৱেই জোলোঙা থাকে
সমার্থক : জুলি, পকেট, সৰু মোনা
ইনস্টল