অর্থ : বাৰিষাকালত দেখা দিয়া এবিধ পতঙ্গ যাৰ গাৰ পিছ অংশ খুউব জিলিকি থাকে
উদাহরণ :
লʼৰা-ছোৱালীবোৰে জোনাকী পৰুৱা ধৰিবৰ কাৰণে তাৰ পিছে পিছে দৌৰিছে
সমার্থক : খদ্যোত, জোনাকী পৰুৱা, জ্যোতিৰিংগ, জ্যোতিৰিংগন, জ্যোতিৰিঙ্গ, জ্যোতিৰিঙ্গন
অর্থ : চন্দ্র বা জোনৰ ৰশ্মিৰে সৈতে যুক্ত
উদাহরণ :
চন্দ্রাৱলীৰ ৰাতি ভ্রমণৰ মজাই বেলেগ
সমার্থক : চন্দ্রাৱলী