অর্থ : কোনো বস্তুৰ গুৰুত্ব বা ওজনৰ পৰিমাণ জানিবৰ কাৰণে দগা-পাল্লা বা তর্জু আদিত উঠোৱা কার্য
উদাহরণ :
দোকানীজনে ধান জুখি আছে
সমার্থক : ওজন কৰা
অর্থ : জোখ লোৱা হোৱা
উদাহরণ :
দুখীয়াসকলক দিবৰ বাবে মাটি জোখা হʼল
অর্থ : কোনো বস্তু, কার্য আদিৰ বিস্তাৰ ঘনত্ব আদিৰ মান বা পৰিমাণ উলিওৱা কার্য
উদাহরণ :
তেওঁ ্কাপোৰখিনি মিটাৰত জুখিছে
সমার্থক : মাপ কৰা