সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : দণ্ডিত অপৰাধীক যি স্থানত আৱদ্ধ কৰি ৰখা হয়
উদাহরণ : চুৰ কৰাৰ অপৰাধত সি জেললৈ যাবলগীয়া হʼল
সমার্থক : কাৰাগাৰ, কাৰাগৃহ, পোতাশাল, বগাঘৰ, বন্দীগৃহ, বন্দীশাল জেলখানা
অর্থ : এনেকুৱা দণ্ড যাৰ কাৰণে জেলত থাকিবলগীয়া হয়
উদাহরণ : ঘোচ খোৱাৰ অপৰাধত ৰাহুলে কাৰাদণ্ড খাটিব লগা হʼল
সমার্থক : কাৰাদণ্ড, কাৰাবাস, কয়েদ, ঘানি টনা-, জেল-জৰিমনা, জেলৰ ভাত খোৱা-, শ্রীঘৰ বাস, হাজোত বাস
ইনস্টল