অর্থ : যিটো ফাটি-চিটি গৈছে
উদাহরণ :
তেওঁ ্ভঙা-চিঙা বস্তুও ক্রয় কৰে
সমার্থক : চূর্ণ-বিচুর্ণ, ফটা-চিটা, ভঙা-চিঙা
অর্থ : যিটো অত্যধিক ব্যৱহাৰ বা পুৰণা হোৱাৰ কাৰণে ফাটিছে
উদাহরণ :
ভিক্ষাৰীটোৱে জৰা-জী্র্ণ ্কাপোৰ পিন্ধি আছিল
সমার্থক : জৰা-জী্র্ণ