অর্থ : যি লিপিত জাপানী ভাষা লিখা হয়
উদাহরণ :
ৰূপাই জাপানীত লিখা-পঢ়া কৰিব পাৰে
সমার্থক : জাপানী-লিপি
অর্থ : জাপান দেশৰ ভাষা
উদাহরণ :
ৰামে জাপানী কʼব পাৰে
অর্থ : জাপানত বসবাস কৰা
উদাহরণ :
জাপানীসকল বৰ পৰিশ্রমী
অর্থ : জাপানৰ বা জাপানৰ সৈতে সম্বন্ধ থকা
উদাহরণ :
জাপানী বস্তু সস্তা, ধুনীয়া আৰু দী্র্ঘম্যাদী হয়