সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বহুত তীব্র পোহৰেৰে চকুত হোৱা জলক-টভক ভাব
উদাহরণ : গাঁৱত বসতি কৰা মঙ্গলাই চহৰৰ জলমলনি
সমার্থক : তিৰবিৰনি
অর্থ : ৰত্নৰ উজ্জ্বলতা বা দীপ্তি
উদাহরণ : হীৰাৰ চিকমিকনিয়ে চকু চাঁট মাৰি ধৰিছে
সমার্থক : আভা, উদ্দীপ্তি, কান্তি, চকমক, চকমকনি, চমক, চিকমিক, চিকমিকনি, ছাটি, জকমকনি, জিলিকনি, ঝকমকনি, ঝিলিকনি
ইনস্টল