সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ব্যঞ্জনত মছলা হিচাপে ব্যৱহাৰ কৰা এবিধ জলা ফল
উদাহরণ : আঞ্জাখিনি জলা কৰিবৰ কাৰণে আৰু জলকীয়া দিয়া
সমার্থক : জালা, ভজলুক, ভোজন-ঠেলা
অর্থ : ব্যঞ্জনত মছলা হিচাপে ব্যৱহাৰ কৰা এবিধ জ্বলা ফলৰ গছ
উদাহরণ : খেতি-পথাৰত কৃষকে জলকীয়া গুটি সিঁচি আছে
সমার্থক : জলকীয়া গছ, মৰিচ
ইনস্টল