সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সহজে ওলাই যাব নোৱাৰাকৈ মন আদিত ভালদৰে স্থিতি লোৱা কার্য
উদাহরণ : সম্ৰাটৰ কথাত এনে বিশ্বাস জন্মিল যে কিছুমান ৰজাই বিনাযুদ্ধে তেওঁৰ বশ্যতা স্বীকাৰ কৰি লʼলে
সমার্থক : বহা
অর্থ : যি জন্ম হয়
উদাহরণ : জন্মাজনৰ মৃত্যু নিশ্চিত
সমার্থক : উপজাত, উৎপন্ন, জনিত, জাত, প্রজাত, প্রসূত, সংবৃত্ত, সঞ্জাত, সম্ভূত
ইনস্টল