অর্থ : অভিজ্ঞ বা পৰিচিত হোৱা
উদাহরণ :
সংসাৰৰ কোনো লোকে সকলো বিষয় ভালদৰে নাজানে
সমার্থক : জ্ঞাত হোৱা, জ্ঞান হোৱা
অর্থ : কোনো ব্যক্তি, বস্তু আদিৰ সৈতে পূর্ব পৰিচিত হোৱা
উদাহরণ :
মই তেওঁক দহ বছৰৰ ্পৰা জানোঁ
সমার্থক : চিনি পোৱা
অর্থ : কোনো বস্তু অথবা ব্যক্তিক দেখাৰ লগে-লগেই তেওঁ ্কোন হয় চিনি লোৱা
উদাহরণ :
মই তেওঁক প্রথমৰ ্পৰাই চিনি পাইছিলোঁ
সমার্থক : চিনি পোৱা
অর্থ : কোনো কাম কৰিবলৈ সক্ষম হোৱা অৱস্থা
উদাহরণ :
মই বোৱা-কটা জানো
অর্থ : অনুভব বা সংবেদন আদিৰ পৰা জ্ঞান লাভ কৰা
উদাহরণ :
প্রসৱৰ বেদনা বাজীয়ে কি জানে ? মই আপোনাৰ কথা বুজি পাওঁ
সমার্থক : বুজি পোৱা