অর্থ : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া
উদাহরণ :
লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে
সমার্থক : টুকুৰা কৰা, ভগা, ভঙা, ভাগি দিয়া, ভাঙি দিয়া
অর্থ : ৰস, ছাল আদি চিঙিবৰ কাৰণে শৰীৰ, গা-গছ ইত্যাদিৰ ওপৰত কোনো হাথিয়াৰেৰে আঘাত কৰি তাৰ ওপৰ ভাগ কটা কাৰ্য
উদাহরণ :
মহেশে নিমৰ ছাল ছিঙিছে
অর্থ : কটা বা কোনো মূলবস্তুৰ পৰা আঁতৰি যোৱা কার্য
উদাহরণ :
বৰষুণৰ আগেয়ে গছ-গছনি ছিঙি গৈছিল
সমার্থক : এৰাই যোৱা, ছিন্ন হোৱা