অর্থ : গাখীৰ আৰু মাংসৰ কাৰণে পালন কৰা এবিধ তৃণভোজী ৰোমন্থক প্রাণী
উদাহরণ :
তেওঁ ্ ছাগলীবোৰ চৰাবলৈ লৈ গৈছে
অর্থ : এবিধ গাখীৰ দিয়া মাইকীৰ চাৰিঠেঙীয়া প্রাণী
উদাহরণ :
সৰু লʼৰা-ছোৱালীৰ কাৰণে ছাগলীৰ গাখীৰ বৰ উপকাৰী
সমার্থক : মাইকী ছাগলী