অর্থ : বেয়া উদ্দেশ্যৰে কাৰোবাক পৰামর্শ দিয়া
উদাহরণ :
তেওঁ ্লʼৰা-ছোৱালীবোৰক ছলনা কৰি আছে
সমার্থক : প্রতাৰণা কৰা
অর্থ : কাৰোবাৰ লগত কপটতাপূর্ণ ব্যৱহাৰ কৰা
উদাহরণ :
তেওঁ ্মোক ছলনা কৰিলে
সমার্থক : চকুত ধূলি মৰা, ছল কৰা