সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : এটা বস্তুৰ ওপৰত আন এটা বস্তু লগোৱা
উদাহরণ : সোণাৰীয়ে ৰূপৰ পায়লৰ ওপৰত সোণৰ পানী চৰালে
সমার্থক : চৰোৱা
অর্থ : স্বৰ তীব্র হোৱা
উদাহরণ : গায়িকাৰ স্বৰ বহুত ওপৰত উঠিছে
সমার্থক : ওপৰত উঠা
অর্থ : পশুৱে পথাৰ বা খেতি আদিত থকা ঘাঁহ আদি খোৱা কার্য
উদাহরণ : গাইজনী পথাৰত চৰি আছে
অর্থ : বহুত ডাঙৰ বিশেষ উচ্চতা সম্পন্ন বা যাৰ বিস্তাৰ ওপৰলৈ অধিক হয়
উদাহরণ : এভাৰেষ্ট হিমালয়ৰ সকলোতকৈ উচ্চত অৱস্থিত
সমার্থক : উচ্চ, ওখ, ওখ-পাখ, টিং, শিখৰ
ইনস্টল