অর্থ : নব্বৈৰ লগত চাৰি যোগ কৰিলে পোৱা সংখ্যা বিশেষ
উদাহরণ :
তিৰানব্বৈ আৰু চৌৰানব্বৈৰ মাজত একৰহে পার্থক্য
সমার্থক : ৯৪
অর্থ : নব্বৈ আৰু চাৰি
উদাহরণ :
এই সন্মিলনখনত দেশ-বিদেশৰ চৌৰান্নব্বৈজন বিদ্বানে অংশগ্রহণ কৰিছে
সমার্থক : চাৰিকুৰি চৈধ্য