সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : নতুন নতুন ফেশ্বনৰ প্রতি আসক্ত ব্যক্তি
উদাহরণ : মহেন্দ্র বৰ চৌখিন
সমার্থক : ফেশ্বনেবুল, বিলাসপ্রিয়, বিলাসবহুল
অর্থ : যাৰ কোনো কথাত চখ থাকে
উদাহরণ : মোৰ দেউতা এজন চৌখিন চিত্রকাৰ
অর্থ : সুখভোগত লাগি থকাজন
উদাহরণ : বিলাসী ৰজাৰ ৰাজ্য বেছি দিনলৈ তিষ্ঠি নাথাকিল
সমার্থক : পৰিভোগী, বিলাসী
ইনস্টল