অর্থ : কোনো ব্যক্তি বা পদার্থ আদিৰ ৰূপ-ৰং, আকাৰ-প্রকাৰ আদিৰ জ্ঞান লাভ কৰা
উদাহরণ :
শ্যামে তধা লাগি মহাত্মা গান্ধীৰ ফটোখন চাই আছিল
সমার্থক : চাই থকা
অর্থ : কোনো বস্তু ইফাল-সিফাল বা নষ্ট নহʼবলৈ তাৰ ওপৰত ধ্যান ৰখা
উদাহরণ :
চৌকাটোত উঠাই দিয়া গাখীৰখিনি চোৱা, পৰি নাযায় যাতে
সমার্থক : ধ্যান দিয়া
অর্থ : কোনো বস্তু আদিৰ বিষয়ে নিশ্চিত হোৱা
উদাহরণ :
মই ৰাতিপুৱা ওলোৱাৰ আগতে কোঠাৰ দর্জা-খিৰিকি বন্ধ কৰিলো নে নাই চাই লওঁ
অর্থ : কোনো বস্তু আদিৰ বিষয়ে খবৰ কৰা
উদাহরণ :
চোৱাচোন ৰেলখন সঠিক সময়ত চলি আছে নে নাই