পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে চোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

চোৱা   ক্ৰিয়া

অর্থ : কোনো ব্যক্তি বা পদার্থ আদিৰ ৰূপ-ৰং, আকাৰ-প্রকাৰ আদিৰ জ্ঞান লাভ কৰা

উদাহরণ : শ্যামে তধা লাগি মহাত্মা গান্ধীৰ ফটোখন চাই আছিল

সমার্থক : চাই থকা

অর্থ : নিৰীক্ষণ কৰা

উদাহরণ : মই এই যন্ত্রটোৰ কার্য্প্র্্ণালী চালোঁ

সমার্থক : দেখা

অর্থ : কোনো বস্তু ইফাল-সিফাল বা নষ্ট নহʼবলৈ তাৰ ওপৰত ধ্যান ৰখা

উদাহরণ : চৌকাটোত উঠাই দিয়া গাখীৰখিনি চোৱা, পৰি নাযায় যাতে

সমার্থক : ধ্যান দিয়া

অর্থ : কোনো বস্তু আদিৰ বিষয়ে নিশ্চিত হোৱা

উদাহরণ : মই ৰাতিপুৱা ওলোৱাৰ আগতে কোঠাৰ দর্জা-খিৰিকি বন্ধ কৰিলো নে নাই চাই লওঁ

অর্থ : কোনো বস্তু আদিৰ বিষয়ে খবৰ কৰা

উদাহরণ : চোৱাচোন ৰেলখন সঠিক সময়ত চলি আছে নে নাই

অর্থ : দৃষ্টি নিক্ষেপ কৰা

উদাহরণ : দেখিলে আপুনি, আজিকালিৰ লʼৰা-ছোৱালীৰ ব্যৱহাৰ কেনে

সমার্থক : দেখা