সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বেগী বা প্রখৰ...
উদাহরণ : এই কামটো কৰিবলৈ তীক্ষ্ণ বুদ্ধিৰ প্রয়োজন
সমার্থক : তীক্ষ্ণ, তীব্র, প্রখৰ, সুতীক্ষ্ণ
অর্থ : জলকীয়া, মছলা আদিৰে যুক্ত আৰু খাবলৈ সোৱাদযুক্ত
উদাহরণ : মই চোকা আহাৰ খাই ভাল পাওঁ
অর্থ : জোঙা ধাৰ থকা
উদাহরণ : চাকৰজনে চোকা অস্ত্রৰে আঘাত কৰি মালিকক হত্যা কৰিলে
সমার্থক : তীক্ষ্ণ
ইনস্টল