পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে চেপি ধৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

চেপি ধৰা   ক্ৰিয়া

অর্থ : ওলাই থকা বা ফুলি অহা কোনো তল বা খণ্ডক ভিতৰলৈ হেঁচি ধৰা

উদাহরণ : ডাক্তৰে হাতৰ ডাঙৰ হৈ অহা ফোঁহাটো চেপি ধৰিলে

সমার্থক : হেঁ্চা, হেচুকি ধৰা

অর্থ : কোনো তল আদিৰে হেঁচি তলৰ ফাললৈ ঠেলি পঠিওৱা কাৰ্য

উদাহরণ : ৰাস্তা বনোৱাৰ সময়ত মাটি, শিল আদিক ৰোলাৰৰ সহায়ত চেপা হয়

সমার্থক : চেপা

অর্থ : ওপৰৰ পৰা এনে ধৰণে বস্তু ৰখা, যাৰ দ্বাৰা কোনো বস্তু তলৰ ফাললৈ হেঁ্চা খাই ইফালে-সিফালে লৰচৰ কৰিব নোৱাৰা হয়

উদাহরণ : পনীৰ প্রস্তুত কৰিবলৈ তাক কাপোৰত বান্ধি লৈ পটা গুটি আদিৰে হেঁচি ধৰা হয়

সমার্থক : হেঁচি ধৰা