অর্থ : গধুৰ বস্তুৰ তলত অহা
উদাহরণ :
শিলে লʼৰাটোৰ হাতখন চেপিলে
অর্থ : ৰসাল বস্তু হেঁ্চা দি ্ তাৰ ৰস উলিওৱা কার্য
উদাহরণ :
মায়ে আমৰ ৰস তৈয়াৰ কৰিবলৈ পকা আমবোৰ চেপিছে
অর্থ : কোনো তল আদিৰে হেঁচি তলৰ ফাললৈ ঠেলি পঠিওৱা কাৰ্য
উদাহরণ :
ৰাস্তা বনোৱাৰ সময়ত মাটি, শিল আদিক ৰোলাৰৰ সহায়ত চেপা হয়
সমার্থক : চেপি ধৰা
অর্থ : গাড়ী আদিৰ তলত পৰি মৰি যোৱা
উদাহরণ :
কুকুৰটোক ৰেলগাড়ীয়ে চেপিলে
অর্থ : ভিজি থকা কোনো বস্তু পকাই বা হেঁ্চা দি ্ তাৰ পৰা তৰল পদার্থখিনি বাহিৰ কৰি দিয়া কার্য
উদাহরণ :
তেওঁ ্ চাদৰখন চেপিছে
সমার্থক : আটি দিয়া