সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : জীৱিত বুজাবলৈ থকা প্রাণীৰ চেতন শক্তি
উদাহরণ : শৰীৰৰ পৰা প্রাণ ওলাই যোৱা মানেই মৃত্যু
সমার্থক : আত্মা, জান, জিন্দেগি, জীউ, জীৱ, জীৱন, প্রাণ, পৰাণ
অর্থ : জীয়াই থকা অৱস্থা
উদাহরণ : যেতিয়ালৈকে জীৱন আছে তেতিয়ালৈকে আশা আছে
সমার্থক : জান, জিন্দেগি, জীউ, জীৱ, জীৱন, ধাতু, প্রাণ, পৰাণ
অর্থ : জ্ঞান আৰু বুদ্ধি
উদাহরণ : ক্রোধ, উত্তেজনাবশতঃ আমি প্রায়েই আমাৰ চেতনা হেৰুৱাই পেলাওঁ
সমার্থক : বিচাৰ-বুদ্ধি, সংজ্ঞা
অর্থ : বোধ ওপজা বৃত্তি বা শক্তি
উদাহরণ : চেতনাই জীয়াই থকাৰ লক্ষণ
সমার্থক : গমগতি, চম্বিত, জ্ঞান, সংবেদন, সংবেদনা, সম্বিৎ, হুঁচ, হুঁছ, ্সংজ্ঞা
ইনস্টল