অর্থ : যি কাপোৰত চাৰিচুকীয়া বর্গাকৃতিৰ ঘৰ থাকে
উদাহরণ :
ৰমেশে চেক থকা কাপোৰৰ এটা কুর্তা চিলালে
অর্থ : কোনো ব্যক্তিৰ হকে বেংকৰ নামত লিখা বিশেষ ধৰণৰ কাগজ যʼত কোনো ব্যক্তি বা প্রতিষ্ঠানৰ প্রতি দিয়া ধনৰ নির্দেশ ্থাকে
উদাহরণ :
সীমাই চেকখন ভাঙিবৰ কাৰণে বেংকলৈ গৈছে
সমার্থক : ধনাদেশ
অর্থ : দবাখেলত কোনো মোহৰা এনে ঠাইত ৰখা কাৰ্য যʼৰ পৰা ৰজাক প্রত্যাহ্বান জনোৱা হয়
উদাহরণ :
মই আপোনাৰ বাদশ্বাহক চেক দিছোঁ
সমার্থক : কিস্তিমাত