সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : এবিধ বিশেষ ধৰণৰ শিল পুৰি তৈয়াৰ কৰা বগা ক্ষাৰ-বস্তু, যিটো শামুকৰ খোলা পুৰিলেও পোৱা যায়
উদাহরণ : বেৰ আদিত ৰং দিবৰ কাৰণে চূণ ব্যৱহাৰ কৰা হয়
সমার্থক : চূণ-শিল, বগা
অর্থ : এবিধ শিলৰ গুড়ি, যাক বেৰত ৰং হিচাপে লগোৱা হয়
উদাহরণ : দেৱালীৰ উপলক্ষে শ্যামে ঘৰত চূণ লগাইছে
সমার্থক : চূণশিল
ইনস্টল