অর্থ : যিটো চুন্নী সম্প্রদায়ৰ অনুযায়ী হয়
উদাহরণ :
কেতিয়াবা চিয়া আৰু চুন্নীসকলে নিজৰ মাজতে কাজিয়াত লিপ্ত হৈ পৰে
অর্থ : মুছলমানসকলৰ এটা সম্প্রদায়
উদাহরণ :
চুন্নী সম্প্রদায়ৰ মতানুসৰি প্রথম চাৰিজন খলিফাহে মহম্মদৰ উপযুক্ত উত্তৰাধিকাৰী
সমার্থক : চুন্নী সম্প্রদায়