অর্থ : চুডানৰ নিবাসী
উদাহরণ :
চুডানীজ সকলেও লক্ষ্মীৰ ধন উৎপন্ন কৰোতা দেৱী বুলি মানে
সমার্থক : চুডান বাসী, চুডান-বাসী, চুডানবাসী
অর্থ : চুডানৰ সৈতে সম্পর্কীত বা চুডানৰ
উদাহরণ :
চুডানীজ জনজাতিবোৰত ইয়াৰ প্রচলন আছে
সমার্থক : চুডান-সম্বন্ধী