অর্থ : জুই ফুকিবলৈ ব্যৱহাৰ কৰা বাঁহ, লোহা আদিৰ নলী
উদাহরণ :
চুঙাৰে ফুকি ফুকি চৌকাৰ জুইকুৰা জ্বলাই আছে
সমার্থক : চুঙি, জুই ফুকা চুঙা
অর্থ : নলৰ আকাৰৰ কোনো বস্তু
উদাহরণ :
জীৱজন্তুৰ বেমাৰ হʼলে বাঁহৰ নলিচাৰে ঔষধ খুওৱা হয়
সমার্থক : নলিচা