অর্থ : মাটিৰ তলত হোৱা এবিধ বাদামজাতীয় শস্য
উদাহরণ :
তেওঁ চীনা-বাদাম খাই আছে
অর্থ : বাদামৰ নিচিনা মাটিৰ তলত ফল লগা এক প্রকাৰৰ উদ্ভিদ
উদাহরণ :
তেওঁ চীনা-বাদামজোপা শিপাৰে সৈতে উভালি পেলালে
সমার্থক : চীনা বাদাম