সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : প্রজাৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰাত নিয়োজিত ব্যক্তি বা বিষয়া
উদাহরণ : পুলিচজনে দৌৰি দৌৰি চোৰটোক ধৰিলে
সমার্থক : আৰক্ষী, পুলিচ
অর্থ : যিজনে প্রতিৰক্ষা কৰিছে
উদাহরণ : সুৰক্ষাৰ কাৰণে সীমান্তত সৈনিক সষ্টম হৈ আছে
সমার্থক : সৈনিক
অর্থ : সেনা বা ফৌজত থাকি যুদ্ধ কৰাজন
উদাহরণ : তেওঁ এজন ্ সাহসী সৈনিক
সমার্থক : জোৱান, যুঁ্জাৰু, যোদ্ধা, সৈনিক, সৈন্য, ৰণুৱা
ইনস্টল