অর্থ : কোনো ব্যক্তি, বস্তু আদিৰ সৈতে পূর্ব পৰিচিত হোৱা
উদাহরণ :
মই তেওঁক দহ বছৰৰ ্পৰা জানোঁ
সমার্থক : জনা
অর্থ : জ্ঞানেন্দ্রিয়ৰ পৰা বোধ জন্মা কার্য
উদাহরণ :
অন্ধ মহিলাগৰকীয়ে মাত শুনিয়েই নিজৰ লʼৰাটোক চিনি পালে
অর্থ : কোনো বস্তু অথবা ব্যক্তিক দেখাৰ লগে-লগেই তেওঁ ্কোন হয় চিনি লোৱা
উদাহরণ :
মই তেওঁক প্রথমৰ ্পৰাই চিনি পাইছিলোঁ
সমার্থক : জনা