সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : দেখা দিয়া বা বোধগম্য হোৱা এনে কিছুমান লক্ষণ যাৰ যোগেদি কোনো বস্তু চিনিব পাৰি বা কোনো কথাৰ কিছু প্রমাণ পোৱা যায়
উদাহরণ : ৰেডক্রছ চিকিৎসা জগতৰ এক গুৰুত্ত্বপূর্ণ চিহ্ন
সমার্থক : চিহ্ন, নিচান, প্রতীক, সংকেত
অর্থ : নিজে নিজে হৈ থকা বা বস্তুৰ সম্পর্ক, সংঘর্ষ বা হেঁ্চাত পৰি হোৱা দাগ
উদাহরণ : মৰুভূমিত ঠায়ে-ঠায়ে উটৰ ভৰিৰ চাপ দেখা পোৱা গৈছে
সমার্থক : চাপ, চিহ্ন, নিচান
অর্থ : কোনো বস্তুৰ ওপৰত চিহ্ন লগোৱা বা বনোৱা কার্য
উদাহরণ : তেওঁ কিতাপখনৰ গুৰুত্বপূর্ণ ্পাঠবোৰত চিন দিছে
সমার্থক : অংকন, মার্ক
অর্থ : স্মৃতি সজীৱ কৰি ৰাখিবলৈ দিয়া বা ৰখা কোনো বস্তু
উদাহরণ : এই ঘৰটো আমাৰ পূর্বপুৰুষৰ চিন
সমার্থক : চিহ্ন, স্মৃতিচিহ্ন
ইনস্টল