সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ৰং আৰু ৰেখাৰে অঁ্কা কোনো বস্তু আদিৰ ্ দর্শনীয় ৰূপ
উদাহরণ : কলা নিকেতনত মকবুল ফিদা হুছেইনৰ চিত্র ্ প্রদর্শনী হৈ আছে
সমার্থক : ছবি, পেইণ্টিং
অর্থ : কোনো বস্তু, ব্যক্তি আদিক যেনে আছে তেনে ধৰণে তৈয়াৰ কৰা প্রতিকৃতি
উদাহরণ : তেওঁ নিজৰ কোঠাত মহাপুৰুষৰ ফটো লগাই থৈছে
সমার্থক : ছবি, ফটো
অর্থ : কোনো বস্তুৰ যি প্রতিকৃতিক কোনো কথন, বিবেচন, বিবৰণ আদিক স্পষ্ট কৰিবৰ বাবে উপস্থাপিত কৰা হয়
উদাহরণ : চিত্রৰ সহায়ত পঢ়ালে শিশুৰ সহজে বোধগম্য হয়
সমার্থক : ছবি
ইনস্টল