অর্থ : চিংগাপুৰৰ অধিবাসী
উদাহরণ :
আচিফে এতিয়া এজন চিংগাপুৰীয়াৰ সৈতে ব্যাপাৰ কৰিবলৈ লৈছে
সমার্থক : চিংগাপুৰ বাসী, চিংগাপুৰবাসী
অর্থ : চিংগাপুৰৰ সৈতে সম্পর্কিত
উদাহরণ :
এইখন চিংগাপুৰীয়া ৰেছম কাপোৰৰ পৰা তৈয়াৰ কৰা হৈছে