সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : চিংগাপুৰৰ ৰাজধানী
উদাহরণ : চিংগাপুৰ বিশ্বৰ ডাঙৰ বন্দৰৰ ভিতৰত অন্যতম
অর্থ : এছিয়াৰ এখন দেশ
উদাহরণ : চিংগাপুৰ মালয়েচিয়াৰ পৰা ঊনৈশ শ পয়ষষ্ঠী চনত স্বাধীন হয়
সমার্থক : চিঙ্গাপুৰ
অর্থ : এটা দ্বীপ
উদাহরণ : চিংগাপুৰ মালয় উপদ্বীপৰ দক্ষিণত অৱস্থিত
ইনস্টল