অর্থ : উতলা পানীত দি পেয় পদার্থ ্ প্রস্তুত কৰিবৰ কাৰণে ব্যৱহাৰ কৰা পাতৰ এবিধ গছ
উদাহরণ :
অসমত চাহৰ ডাঙৰ-ডাঙৰ বাগান আছে
সমার্থক : চাহ, চাহ গছ, চাহপাতৰ গছ
অর্থ : চাহ গছৰ শুকান পাত যাক উতলা পানীত দি একপ্রকাৰৰ পানীয় প্রস্তুত কৰা হয়
উদাহরণ :
তেওঁ ্দোকানৰ পৰা এক কিলো চাহপাত কিনিলে
সমার্থক : চাহ