অর্থ : খুলিব আৰু বন্ধ কৰিব পৰা তলাৰ লগত থকা এক উপকৰণ
উদাহরণ :
মোৰ তলাৰ চাবিটো হেৰাল
সমার্থক : চাবি-কাঠি, চাবি-কাঠী, ্ সঁচ্াৰ-কাঠী
অর্থ : এনেকুৱা এক প্রকাৰৰ যতন যিটো ঘূৰালে, হেঁচি ধৰিলেহে কোনো কাম আৰম্ভ হয়
উদাহরণ :
তেওঁ মেচিনটো চলাবৰ কাৰণে চাবি টিপিলে
সমার্থক : চুইচ