সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : হাতৰ তলুৱাৰে কৰা আঘাত
উদাহরণ : সি মোক এক চৰ মাৰিলে
সমার্থক : কৰতলাঘাত, চপেটাঘাত, চৰ, থাপ্পৰ, থাপৰ
অর্থ : যিটো বেছি ওপৰলৈকে নাই
উদাহরণ : লʼৰাহঁতে চাপৰ দেৱালখন জপিয়াই পাৰ হৈ গৈছে
অর্থ : যাৰ তলতকৈ তাৰ ওচৰে-পাজৰে থকা তল ওখ বা যি অলপ তলত বা গভীৰত
উদাহরণ : এভাৰেষ্টৰ তুলনাত নন্দা দেৱী চাপৰ পর্বত
সমার্থক : অনুচ্চ, চাফৰ, চুটি-চাপৰ, চুটি-মুটি, নিম্ন, সৰু
ইনস্টল