সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : নিজে নিজে হৈ থকা বা বস্তুৰ সম্পর্ক, সংঘর্ষ বা হেঁ্চাত পৰি হোৱা দাগ
উদাহরণ : মৰুভূমিত ঠায়ে-ঠায়ে উটৰ ভৰিৰ চাপ দেখা পোৱা গৈছে
সমার্থক : চিন, চিহ্ন, নিচান
অর্থ : হেঁ্চা প্রয়োগ কৰাৰ ফলস্বৰূপে উৎপন্ন হোৱা শক্তি
উদাহরণ : পানীৰ অত্যধিক চাপৰ কাৰণে বান্ধটো ভাঙিল
সমার্থক : শক্তি
অর্থ : একক কালিৰ ওপৰত প্রয়োগ কৰা বল
উদাহরণ : বায়ুমণ্ডলৰ চাপ জোখিবৰ বাবে চাপমান যন্ত্রৰ প্রয়োগ কৰা হয়
ইনস্টল