সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : গাখীৰ ফটাই তাৰ পানীভাগ আঁ্তৰালে ৰৈ যোৱা অংশ
উদাহরণ : পনীৰেৰে নানা ধৰণৰ মিঠাই আৰু তৰকাৰী বনাব পাৰি
সমার্থক : পনীৰ
অর্থ : বিশেষকৈ দাইল হিচাপে খোৱা এবিধ মাহজাতীয় শস্য
উদাহরণ : বুটৰ চাটুগুড়ি খাবলৈ বৰ সোৱাদ লগা
সমার্থক : বুট
ইনস্টল